102
ৰঙিয়াঃ ৰঙিয়া চহৰৰ হাইৱে চ’কৰ তিনিখন খনকৈ মোবাইল দোকানত সংঘটিত হয় চুৰি কাণ্ড। চোৰৰ দলটো দোকানৰ টিং খুলি চিলিঙৰ ভিতৰৰে প্ৰৱেশ কৰি এফালৰ পৰা মনপচন্দৰ মোবাইল ফোন সমূহ লৈ যায়। মুখত মাক্স পিন্ধি প্ৰেৱেশ কৰা চোৰ কেইটাৰ চুৰিকাণ্ডৰ সকলো দৃশ্য CC TV কেমেৰাত বন্দী হল যদিও আৰক্ষীয়ে চিনাক্ত কৰিৱ পৰা নাই চোৰ কেইজনক ।
