Home বিনোদন১৯ কোটিৰে মাষ্টাৰ ব্লাষ্টাৰৰ অভিলেখ

১৯ কোটিৰে মাষ্টাৰ ব্লাষ্টাৰৰ অভিলেখ

by News Desk
A+A-
Reset
sachi

ডিজিটেল ডেস্কঃ কেৱল ক্ৰিকেটতেই নহয়, চলচিত্ৰটো জিলিকিল শচীন৷ ক্ৰিকেটাৰজনৰ জীৱনৰ ওপৰত নিৰ্মিত ডকুড্ৰামাখনে মুক্তিৰ দ্বিতীয় দিনটোতেই উপাৰ্জন কৰিছে ১৯ কোটি ৭৪ লাখ৷ উক্ত কালেক্সনেৰে ’শচীন এ বিলিয়ন ড্ৰিমছে’ বছৰটোত আৰম্ভণিতে আটাইতকৈ বেছি টিকট বিক্ৰী হোৱা চলচিত্ৰসমুহৰ তালিকাত অন্তৰ্ভুক্ত হ’ল৷ 

’বক্স অফিচ অফ ইণ্ডিয়া’ৰ তথ্য অনুসৰি কেৱল হিন্দী ভাষাতেই চলচিত্ৰখনে ৭ কোটি টকা উপাৰ্জন কৰিছে৷ তদুপৰি মাৰাঠী, তেলেগু আৰু ইংৰাজীটো মুক্তি দিয়া হৈছে ডকুড্ৰামাখন৷ ভাৰতীয় চলচিত্ৰৰ ইতিহাসত কোনো ডকুড্ৰামাই আৰম্ভণিতে উক্ত পৰিমানৰ ধন উপাৰ্জন কৰা নাছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0