3
ডিজিটেল ডেস্কঃ চলিত মাহতে ৰিলায়েঞ্চ জিঅই অতি কম দামৰ ৪জি ভল্টি ফোন মুকলি কৰিব পাৰে। ইকনমিক টাইমচত প্ৰকাশিত এক প্ৰতিবেদন মতে এইচএছবিচি বেংকৰ সহযোগত মুকলি হ’ব লগা এই ফোনটোৱে স্মাৰ্টফোনৰ বজাৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।
জিঅ’ই ১১ এপ্ৰিলত মুকলি কৰা ‘ধন ধনা ধন’ অফাৰৰ ম্যাদ উকলাৰ উপক্ৰম হোৱাৰ সময়তে এই নতুন অফাৰে বজাৰত খলকনি সৃষ্টি কৰিব পাৰে। ২১ জুলাইত মুকলি হ’ব পাৰে এইছএছবিচিৰ সাহায্যপ্ৰাপ্ত এই ফোনটো।