Home ৰাজ্যজাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাৰ পদত্যাগ

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাৰ পদত্যাগ

by News Desk
56 views
A+A-
Reset

বেতবাৰীঃ শিৱসাগৰৰ শিমলুগুৰিৰ এগৰাকী জাতীয় সংগঠনৰ নেতাই সংগঠনৰ পৰা পদত্যাগ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰূপম শইকীয়াই সংগঠনটোৰ পৰা পদত্যাগ কৰে।

একান্ত ব্যক্তিগত কাৰণত শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদৰ লগতে সাধাৰণ সদস্য পদৰ পৰা ৰূপম শইকীয়াই অব্যাহতি লৈছে বুলি জানিব পৰা গৈছে৷ সংগঠনৰ শিৱসাগৰ জিলা সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি ৰূপমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0