104
ফিল’বাৰীঃ পথ দুৰ্ঘটনাত পতিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ মৃত্যু হোৱাত ৰাজ্যৰ শোক ছাঁ পৰে৷ তিনিচুকীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদক বিশ্বজিৎ বৰাই অকালতে মৃত্যুক আকোৱালি লোৱা ঘটনাই ছাত্ৰ সংগঠনটোৰ ভিতৰচৰাতো শোকৰ ছাঁ পৰে৷
অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনলৈ আহি থকা অৱস্থাত তিনিচুকীয়া জিলাৰ পেঙেৰী বনাঞ্চলত পথ দুৰ্ঘটনা পতিত হৈ ছাত্ৰ নেতাজনে আহি থকা গাড়ী খন৷