Home ৰাজ্যডিমাপুৰত পথ দুৰ্ঘটনা, অসমৰ এজন শ্ৰমিকৰ মৃত্যু, আহত ৭

ডিমাপুৰত পথ দুৰ্ঘটনা, অসমৰ এজন শ্ৰমিকৰ মৃত্যু, আহত ৭

by News Desk
72 views
A+A-
Reset

নগাঁওঃ নাগালেণ্ডৰ ডিমাপুৰত শুকুৰবাৰে সংঘটিত এটি পথ দুৰ্ঘটনাত এগৰাকী অসমৰ শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৭গৰাকী শ্ৰমিক আহত হয়৷ জানিব পৰা মতে, নিহত আৰু আহত শ্ৰমিকসকল নগাঁও জিলাৰ বটদ্রৱাৰ৷ যোৱা ১৪ মাৰ্চত বটদ্রৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলক্ষী গাঁৱৰ নুৰ মহম্মদ, আবুল বাছাৰ, বাহাৰুল ইছলাম, হবিবুৰ ৰহমান, ইজাজুল হক আৰু ভেটিবাৰী গাঁৱৰ জিয়াৰ আলম, আইনুল ইছলামে কাম কৰিবলৈ  গৈছিল ডিমাপুৰলৈ গৈছিল।

আব্দুল মতিন নামৰ  ঠিকাদাৰৰ সৈতে যোৱাৰ পিছত এদিন পিছতেই শুকুৰবাৰে পুৱা ৫ বজাত এনএল-০৭-এ-৫০২৪ নম্বৰৰ এখন টাটা ম’বাইল গাড়ীৰে কামলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্রাকে খুন্দিওৱাৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হয় আৰু ৭গৰাকী শ্ৰমিকৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0