newsnextone.com | ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱন ভিত্তিক ছবি ‘সঞ্জু’ৱে বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছবিখনে ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷
বক্স অফিচত একপ্ৰকাৰ খলকনি লগাইছে সঞ্জুৱে৷ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱন ভিত্তিক ছবি সঞ্জুৱে ৩০০ কোটিৰ ক্লাৱ পাৰ কৰি ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দেশতে নহয় বিদেশতো ভাল উপাৰ্জন কৰিছে হিন্দী বোলছবি খনে৷ ৫০০ কোটিৰ ঘৰ পাৰ হোৱাৰ লগতে আৰু অধিক ধন উপাৰ্জন কৰাৰ সম্ভৱনা আছে৷