newsnextone.com| শিৱসাগৰঃ শিৱসাগৰৰ এখন ব্যস্ত ঠাই হোৱাৰ বাবে বহুতো যান বাহন চলাচল কৰে৷ বহু লোকে যান বাহন আৰক্ষীৰ নিৰ্দ্দেশনা উলংঘন কৰে যাৰ বাবে সাধাৰণ ৰাইজে বহুতো কষ্টৰ সন্মুখীন হ’ব লগা হয়। বিলাসী বাহন চলোৱা লোক সকলে অাইন উলংঘন কৰাৰ বাবে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে বহুতো সমস্যা সন্মুখীন হোৱা দেখা পোৱা গৈছে৷
প্ৰশাসনৰ উচ্চ বিষয়া লগতে কনিষ্ঠ বিষয়া নিৰ্লিপ্ত ৰূপ ধাৰণ কৰিছে অাইন উলংঘন কৰাৰ বিষয়ত। প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আৰু সাধাৰণ নাগৰিকক যাৰ বাবে আজি লৈকে ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।।