105
newsnextone.com | ডিজিটেল ডেস্কঃ আপুনি টিভিত বা চিনেমা ঘৰত স্পাইডাৰ মেন চিৰিজটো চাইছে নিশ্চয়৷ বেৰ বগাই বগাই উঠি গৈ বিপদাপন্ন লোকক উদ্ধাৰ কৰা স্পাইডাৰ মেনক পৰ্দাত দেখি আপুনিও নিশ্চয় উল্লাসত কিৰিলিয়াই উঠিব পাৰে৷
কিন্তু বাস্তৱ জীৱনত স্পাইডাৰ মেন বা মকৰা মানৱৰ দৰে অকল্পনীয় শক্তিৰ অধিকাৰী থাকিব পাৰে বুলি আপুনি বিশ্বাস কৰে নে? আপুনি নিশ্চয় ভাৱে স্পাইডাৰ মেন বা মকৰা মানৱ বা তেনে অসাধৰণ শক্তিৰ লোক কল্পনাৰ বাহিৰে বাস্তৱত থকাটো অসম্ভৱ৷