কোকৰাঝাৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলা হাবিলদাৰক নিৰ্যাতনৰ অভিযোগ

Home অন্যান্য খবৰকোকৰাঝাৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলা হাবিলদাৰক নিৰ্যাতনৰ অভিযোগ

কোকৰাঝাৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলা হাবিলদাৰক নিৰ্যাতনৰ অভিযোগ

by News Desk
58 views
A+A-
Reset

কোকৰাঝাৰঃ বিভিন্ন সময়ত বিভিন্ন চৰকাৰী বিভাগত ওপৰৱালা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মহিলা সহকৰ্মীৰ ওপৰত শাৰীৰিক,মানসিক আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি কোকৰাঝাৰ চহৰৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ বেৰেকত ছুবেদাৰ গৱৰ্ধন ৰায়ৰ বিৰুদ্ধে মহিলাৰ বেৰেকত অনাধিকাৰ প্ৰৱেশ কৰি মহিলা হাবিলদাৰৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা হাবিলদাৰ পাৰ্বতী বসুমতাৰীয়ে  ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷

এজাহাৰত উল্লেখ কৰা মতে মহিলাৰ বেৰেকত প্ৰৱেশ কৰা ছুবেদাৰ মেজৰ ৰায়ে কোনো ধৰনৰ সোধপোছ নকৰি ৰন্ধন গেছৰ পাচটাকৈ চিলিন্ডাৰ বলপূৰ্বক উঠাই লব বিচৰাত মহিলা হাবিলদাৰ গৰাকীয়ে বাধা প্ৰদান কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0