91
newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাৰ প্ৰসিদ্ধ টিভি অভিনেত্ৰী সুৰ্য্যা শিশকুমাৰ আৰু অভিনেত্ৰীগৰাকীৰ মাতৃ আৰু ভগ্নীক নকল নোট চপোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে৷
জানিব পৰা মতে, মালায়লম অভিনেত্ৰীগৰাকীয়ে লোকচানৰ পৰিত্ৰান পাবলৈ আৰু আনৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ ঘৰতে নকল নোট চপাই আহিছিল৷