88
বালিপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙেলীমাৰী উচ্চ মাধ্যমিক সহকাৰী শিক্ষক পদ্ম লোচন ৱাৰিৰ বুধবাৰে নিশা ২ মান বজাত উচ্চ ৰক্তচাপজনিত কাৰণত নিজ গৃহতে পৰলোকপ্ৰাপ্তি ঘটে।
১৯৬৬ চনত জন্মগ্ৰহণ কৰা কৃতি শিক্ষক গৰাকীয়ে ১৯৮৭ চনত চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক শিক্ষক ৰূপে যোগদান কৰিছিল।