61
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পহৰা দি থকা চিআৰপিএফ দলক আক্ৰমণ কাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে। কাশ্মীৰৰ অনন্তনাগত গ্ৰেনেড আক্ৰমণ কৰি বেংকৰ পৰা ধন লুটি নিয়াৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে। চিআৰপিএফৰ বাবে এই চেষ্টা বিফল হয়।
Sopore Encounter: Two terrorists have been gunned down by security forces. Search operation continues. (Visuals deferred by unspecified time) #JammuAndKashmir pic.twitter.com/1xdRqGZMmc