55
অপুৰ্ব বৰা, তেজপুৰঃ দেওবাৰে বিহুৰ প্ৰথম দিন, গৰু বিহু। বিহুৰ ভূৰুকা অ’ আইতা গামোচা কাটিবৰ হ’ল...।
চাওঁতে চাওঁতে পদূলি মুখত অসমীয়াৰ নৱবৰ্ষ, অৰ্থাৎ বহাগ বিহু আহি পালেহি। কুলি-কেতেকীৰ মৌ মিঠা মাতত ৰজনজনালে আকাশ বতাহ। এতিয়া অসমীয়াই হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু। আজি যে গৰু বিহু…।