Home ৰাজ্যতেজপুৰৰ ঐতিহ্যমণ্ডিত বানথিয়েটাৰত চাতক বঁটা প্ৰদান

তেজপুৰৰ ঐতিহ্যমণ্ডিত বানথিয়েটাৰত চাতক বঁটা প্ৰদান

by News Desk
95 views
A+A-
Reset

তেজপুৰঃ অভিনয় জীৱনৰ ৫০ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰা অসমৰ চলচিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু বৰ্তমান সময়লৈকে সহস্ৰাধিক যুগজয়ী গীত ৰচনা কৰি সংগীত জগতত এক আলোড়ৰন সৃষ্টি কৰা বিশিষ্ট গীতিকাৰ-সুৰকাৰ হিৰেন গোহাঁইক ২০১৮ বৰ্ষৰ ‘চাতক’ সন্মান প্ৰদান কৰা হয়। 

তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত শনিবাৰে এই সন্মান প্ৰদান কৰা হয়। অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান চাতকে প্ৰতিবছৰে সমাজ আৰু সাংস্কৃতিক জগতলৈ বৰঙণি আগবঢ়োৱা দুগৰাকীকৈ বৰেণ্য ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0