81
তেজপুৰঃ ১৯৬০ চনত তেজপুৰৰ ডিপোটা বামুন চুবুৰিৰ কেইজনমান লোকৰ প্ৰচেষ্টা জন্ম হোৱা নৱজ্যোতি যুৱক সংঘ পুথিভঁৰাল বতমান ৫২ বছৰত ভৰি দিলে।
৫ বহাগৰ দিনা আৰাম্ভ কৰা পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱদৰ শুকুৰবাৰে পতাকা উত্তোলনৰে আৰম্ভ কৰা হয় ৰুহিত শইকীয়াৰদ্বাৰা।