87
অপুৰ্ব বৰা, তেজপুৰঃ ৰাজ্যৰ অন্যতম আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জিআইএমটি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে শনিবাৰে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য প্ৰত্যেক বছৰৰ ব’হাগ মাহৰ প্ৰথম পষেকত শিক্ষা প্ৰতিষ্ঠানখনত পৰম্পৰাগত সাজ-পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে।