72
তেজপুৰঃ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়। ১৩১-১৪০ ৰ ভিতৰত স্থান লাভ কৰা বিশ্ববিদ্যালয়খনৰ সৈতে একে স্থানত আছে দিল্লী বিশ্ববিদ্যালয়ে।
টাইমচ হায়াৰ এডুকেশ্যন এছিয়ান ইউনিভাৰ্চিটি ৰেংকিংচ ২০১৭ৰ তালিকাত বিভিন্ন শিতানত ৩৩ টা স্থান দখলেৰে এছিয়া মহাদেশৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমুহৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষ।