56
অপুৰ্ব বৰা, তেজপুৰঃ শোনিতপুৰৰ বালিপৰাত বালিপৰীয়া যুৱ মঞ্চৰ উদ্যোগত শুকুৰবাৰে নিশা বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহত্তৰ বালিপৰা অঞ্চলৰ মহিলাসকলৰদ্বাৰা এখনি ভাওনা প্ৰদৰ্শিত কৰা হয়।
বালিপৰা যুৱ মঞ্চৰ উদ্যোগত চলি থকা এমহীয়া খোল-তাল প্ৰশিক্ষণ কৰ্মশালাৰ সমৰণি অনুষ্ঠানত মহিলাসকলৰদ্বাৰা “দক্ষযজ্ঞ” ভাওনাখনি প্ৰদৰ্শিত কৰা হয়।