109
newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰাখাণ্ডৰ কল্পগংগা নৈত এখন বাহন বাগৰি পৰি কেইবাগৰাকী লোক আহত হোৱাৰ লগতে তিনিগৰাকী লোক নিৰুদ্দেশ হোৱা বুলি জানিব।
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই এখন তীব্ৰ বেগী বাহন চামলি নামৰ ঠাইত কল্পগংগা নৈত বাগৰি পৰে। ফলত এক হাহাকাৰ সদৃশ পৰিস্থিৰ সৃষ্টি হয়।