Home অন্যান্য খবৰচৰকাৰৰ অৱহেলাৰ প্ৰতিবাদ, তিনিচুকীয়াত ঘাইপথ অৱৰোধ

চৰকাৰৰ অৱহেলাৰ প্ৰতিবাদ, তিনিচুকীয়াত ঘাইপথ অৱৰোধ

by News Desk
64 views
A+A-
Reset

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ ভিতৰুৱা তথা সমস্যাবহুল অঞ্চল বৰডুমচা-পেঙেৰীৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত আজি কেবাটাও সংগঠনে পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বৃহত্তৰ অঞ্চলটোৰ বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থা, পেঙেৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, পেঙেৰী শাখা চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা দেউৰী ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0