29
Apr
2019

ওদালগুৰিঃ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ত স্বৰ্ণ পদক অৰ্জন কৰিলে মাজবাটৰ চান্দিনী খাতুনে।
দেওবাৰে উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ৪৫ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে মাজবাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণ্যা চান্দিনী খাতুনে।