104
ওদালগুৰিঃ ওদালগুৰি ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত বুধবাৰে মিনাৰ্ভা গিল্ড ক্ৰিকেট ক্লাবক হৰুৱাই ওদালগুৰি টাউন স্পৰ্টচ ক্লাবে।
টচত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মিনাৰ্ভা গিল্ড ক্ৰিকেট ক্লাবে আটাইকেইটা উইকেট হেৰুৱাই ৩৯.১ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰে।