78
কাকপথাৰঃ ডিব্ৰুগড় ডিলাৰ ডিকম অইল ইণ্ডিয়া পাইপলাইনত সংঘটিত ২৪ মে’ৰ বোমা বিস্ফোৰণত নিহত আলফা স্বাধীনৰ সদস্য বেবী দহোতীয়া ওৰফে পলাশ অসমৰ টঙনা গাঁওস্থিত নিজা বাসগৃহত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতিৰে মৃতকৰ আদ্যশ্ৰাদ্ধ ৰাজহুৱা মাংগলিক কাৰ্য সম্পন্ন হয়।
অাজি টঙনাগাঁওস্থিত নিজা বাসগৃহত আয়োজন কৰা মাঙ্গলিক কাৰ্যৰ লগত সংগতি ৰাখি পুৱা ৮ বজাত আদ্যশ্ৰাদ্ধ মুকলি, ৯ বজাত আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠান আৰম্ভ কৰে।