58
মৰিয়নীঃ একাংশ বনিয়া আৰু যোগান বিভাগৰ বিষয়াই বৃহৎ ছিণ্ডিকেট গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে যোৰহাটত। জিএছটিৰ গইনা লৈ চেনীৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ৪০ টকা প্ৰতিকেজি দৰৰ চেনী ৰাতিটোৰ ভিতৰতে ৫০ টকা হোৱাত আচৰিত হৈছে সৰ্বসাধাৰণ।
অকল চেনীয়ে নহয় এই চিণ্ডিকেট চক্ৰই শেহতীয়াকৈ যোৰহাটৰ বজাৰত কেতবোৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কৃটিম নাটনিৰ সৃষ্টি কৰি এই সামগ্ৰী সমূহৰ মুল্য অভাৱনীয়ভাবে বৃদ্ধি কৰিছে।