56
লালুকঃ লালুকত বানৰ কবলত কুৰি খনকৈ গাওঁ৷ লালুকৰ বিভিন্ন অঞ্চল বাঢ়নী পানীৰ কবলত৷ লালুকৰ গাভৰু, বোকানৈ, যদুমনি, পাভ, বগলী, মেনেহা, পইতা, ঠাৰছিঙা নৈৰ বাঢ়নী পানীৰ ফলত বিভিন্ন অঞ্চলৰ কুৰিখনকৈ গাওঁ বুৰাই পেলাইছে৷
বাঢ়নী পানীৰ ফলত বিভিন্ন অঞ্চলৰ কেইবা শ বিঘা শস্যভুমি জলমগ্ন।