64
নাৰায়নপুৰঃ কেইবা দিন ধৰি নেৰানেপেৰা বৃষ্টিপাতৰ ফলত লখিমপুৰ জিলাৰ ২নং তাঁতিবাহাৰ অন্তগত পিছলা নদীৰ মাথাউৰি ভাঙি কেইবাখনো গাঁও জলমগ্ন হয়।
বিশেষ কৈ শিঙিয়া কল্যাণপুৰ সংযোগী যাতায়তৰ পথৰ পকী কালভাৰ্ট চিঙি যোৱাৰ ফলত ৰাইজৰ যাতায়ত বন্ধ হৈ পৰে। যাৰ ফলত পশুধন বিলাকক ৰাখিবলৈ ঠাই নোহোৱা অৱস্থাৰ হৈ পৰে।