15
ডিজিটেল ডেস্কঃ পৱিত্ৰ ৰমজান মাহৰ ভোডাফোনে আগবঢ়াইছে ৰমজান বিশেষ অফাৰ৷ টকাতে আনলিমিটেড ডাটা দিয়াৰ এই অফাৰে স্বাভাৱিকতে গ্ৰাহকক আকৰ্ষিত কৰিছে৷
৫ টকাতে দিছে এই আনলিমিটেড ২জি ডাটাৰ অফাৰ৷ ইয়াৰ লগতে ১৯ টকা আৰু ২৫৩ টকাৰো প্লেন আগবঢ়াইছে কোম্পানীটোৱে৷