67
ডিজিটেল ডেস্কঃ এইবেলি পশ্চিমবংগত মহা আড়ম্বৰৰে দুৰ্গা প্ৰতিমা বিসৰ্জন দিব নোৱাৰিব বঙালী ভক্তপ্ৰাণ লোকে।
পূজাৰ অন্তত ৰাজপথত সমদল কৰি প্ৰতিমা বিসৰ্জনৰ বিষয়ত আৰোপ কৰা হৈছে চৰকাৰী নিষেধাজ্ঞা। দশমীৰ পিছদিনাই মহৰমৰ দিন পৰাৰ বাবে চৰকাৰে জাৰি কৰিছে প্ৰতিবন্ধক।