74
ডিজিটেল ডেস্কঃ কথা নুশুনাৰ বাবে পৰাজিত কেজৰিৱাল -আন্না হাজৰে৷ আন্নাৰ কথা নুশুনাৰ বাবেই দিল্লীৰ পৌৰসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল আপ৷
আজি দিল্লীৰ নিৰ্বাচনৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি এনেদৰে কয় সমাজসেৱীজনে৷ কেজৰীৱালৰ এই পৰাজয়ৰ পিছত বিভিন্নজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰিছে বিভিন্ন কাৰন৷ এনে কেইটামান কাৰণ হৈছেঃ