Home অন্যান্য খবৰবোকাজানত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ, নিহত এগৰাকী মহিলা

বোকাজানত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ, নিহত এগৰাকী মহিলা

by News Desk
101 views
A+A-
Reset

NewsNextOne.com@কাৰ্বি আংলংঃ-
বোকাজানত আজিও অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ । বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা বন্যবস্তী ওলাই আহি জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে ৷ প্ৰতিদিনে মানুহৰ বাৰীত, ঘৰ অথবা কৃষি পথাৰত উপদ্রপ চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে ৷

আজি কেইবাদিনো ধৰি বোকাজান মহকুমাৰ বোকাজান বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত মাতিপুল, ঘৰীয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ আদি অঞ্চলত আঠ-দহ জনীয়া এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0