113
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত হাতীডুবি খেলপথাৰত ২২ আগষ্টৰ পৰা চলি আছে গোলাঘাট জিলা ভিত্তিত উশ্বু’ৰ পষেকীয়া প্ৰশিক্ষণ শিৱিৰ।
প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰটোত সমৰ কলাৰ লগতে আন কেতবোৰ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দি থকা হৈছে৷