Home ক্ৰীড়াচেম্পিয়ন হ’ব জানে অষ্ট্ৰেলিয়াই! ভাল খেলি খেলিও ফাইনেলত কিয় বেয়া খেলিলে ৰোহিত বাহিনীয়ে?

চেম্পিয়ন হ’ব জানে অষ্ট্ৰেলিয়াই! ভাল খেলি খেলিও ফাইনেলত কিয় বেয়া খেলিলে ৰোহিত বাহিনীয়ে?

by webmaster
0 comments
A+A-
Reset
world-cup cricket

এয়া যেন এক দুঃস্বপ্ন! আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নীলা সমুদ্ৰত দেওবাৰে সন্ধিয়া হঠাৎ নামি আহিছিল কাঁহ পৰি জিন যোৱা নিস্তব্ধতা! সেই সন্ধিয়া হিয়া ভাগিছিল ১৪০ কোটি ভাৰতীয়ৰ। বিশ্বকাপ ফাইনেলৰ খেলপথাৰত অষ্ট্ৰেলিয়া বাহিনীৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে বেজাৰত উচুপি উঠিছিল ভাৰতৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ অন্তৰাত্মাই।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আইচিচি বিশ্বকাপ পুৰুষ, ২০২৩ৰ চূড়ান্ত খেলখন। এই খেলখনত খেলপথাৰত সন্মুখ সমৰত অৱতীৰ্ণ হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়া। ছেমি ফাইনেলকে ধৰি বিশ্বকাপৰ ১০ খন খেলত একেৰাহে বিজয় লাভ কৰি অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোৰ ওপৰত এইবাৰৰ বিশ্বকাপ জয়ৰ বিশ্বাস সুদৃঢ় কৰিছিল কোটি কোটি ভাৰতীয়ই। আনহাতে বিশ্বকাপৰ প্ৰথম দুখন মেচত পৰাজয় বৰণ কৰিও পৰৱৰ্তী সময়ত উত্থান ঘটাই একেৰাহে ৮ খন খেলত জয়লাভ কৰি ফাইনেলত অৱতীৰ্ণ হোৱা অষ্ট্ৰেলিয়াৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰ মাজতো আছিল প্ৰবল আত্মবিশ্বাস।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0