Home দেশকৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ বাবে অস্বাভাৱিক ভিৰ, হেঁচা-ঠেলাত দুজনৰ মৃত্যু, ৩৩ আহত

কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ বাবে অস্বাভাৱিক ভিৰ, হেঁচা-ঠেলাত দুজনৰ মৃত্যু, ৩৩ আহত

by News Desk
62 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ এম কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ বাবে ৰখা ৰাজাজী হ’লত অস্বাভাৱিক ভিৰ হোৱাৰ ফলত আৰক্ষীয়ে লাঠি চলনা কৰাত হেঁচা-ঠেলাত ২গৰাকী লোক নিহত হোৱাৰ খবৰ আহিছে। আনহাতে ৩৩ গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে। ইয়াৰে অধিকাংশ আহতক চিকিৎসালয়লৈ নিব লগা হয়। প্ৰশাসনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাৰে বাৰে লাঠিচলনা কৰাৰ পিছতো মানুহৰ সংখ্যা বৃদ্ধি হৈ আহিছে।

তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়। মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ’ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0