87
কামপুৰঃ কামপুৰ পলসা গাঁৱত হাৰিয়া নদীত বায়েকৰ লগত গা ধুবলৈ গৈ ৪ বছৰীয়া এটি শিশু সন্ধানহীন হৈ আছে। ইফালে এটি কন্যা শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোক।
বৰ্তমানলৈকে স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই ৪ বছৰীয়া শিশুটিৰ। সন্ধানহীন শিশুটোৰ নাম বিশাল বিশ্বাস।