59
সৰভোগঃ অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনখন ২৯ জুলাইত এদিনীয়া কাৰ্যসূচীৰে সৰভোগ গান্ধী ভৱনত অনুষ্ঠিত হ’ব।
কাৰ্য্যসূচী অনুযায়ী পুৱা ১০ বজাত পতাকা উত্তোলন, ১০ বাজি ৩০ মিনিটত স্মৃতি তৰ্পন, ১১ বজাত কাৰ্য নিৰ্বাহক সভা, দিনৰ ১ বজাত আহাৰ বিৰতি, দিনৰ ২ বজাত বিষয়-ববীয়া বাচনি সভা অনুষ্ঠিত হ’ব।