58
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু কেটৰিণা অভিনীত জগ্গা জাচুচৰ বিফলতাৰ বাবে ক্ষুন্ন হৈ পৰিছে ঋষি কাপুৰ৷ এই বিফলতাৰ বাবে ছবিখনৰ নিৰ্দেশক অনুৰাগ বাসুক দোষাৰোপ কৰিলে অভিনেতাগৰাকীয়ে৷
’মিড ডে’ৰ সৈতে হোৱা সাক্ষাতকাৰত বাসুক দায়িত্বজ্ঞানহীন বুলি আখ্যা দিলে ঋষি কাপুৰে৷ তেঁও কয় যে বিগত দুটাবছৰে চলচিত্ৰখনৰ কাম পিছুৱায় আছিল নিৰ্দেশকগৰাকীয়ে৷