Home সংস্কৃতিএই শাওণত মহাদেৱ সম্পৰ্কে ৪টা কথা জানো আহক

এই শাওণত মহাদেৱ সম্পৰ্কে ৪টা কথা জানো আহক

by News Desk
228 views
A+A-
Reset

জঁটাধাৰী শিৱ। দেৱাদিদেৱ মহাদেৱ। হিন্দু ধৰ্মাৱলম্বীসকলৰ কোনো কোনোৱে তেওঁক সমীহ কৰে, কোনোৱে ভক্তি কৰে। আন কোনোজনে আকৌ তেওঁক সকলোত দেৱতাতকৈ পৃথক জ্ঞান কৰে। কিয়নো সাধাৰণতে হিন্দু ধৰ্মৰ দেৱ-দেৱীসকলৰ যি ছবি আমি সচৰাচৰ দেখো, তাৰ তুলনাত সম্পূৰ্ণৰূপে ব্যতিক্ৰম মহাদেৱ শিৱ।

তেওঁৰ নাই সুন্দৰ বেশভূষা। পিন্ধে ব্যাঘ্ৰ ছাল, মূৰত জঁটা, শৰীৰত ছিতাভস্ম। হিন্দু ধৰ্ম মতে তিনি আদি দেৱতা হৈছে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। মহেশ্বৰেই হৈছে মহাদেৱ। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, বিষ্ণু পালনকৰ্তা আৰু শিৱ অশুভ শক্তিক বিনাশ কৰোতা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0