73
ডিজিটেল ডেস্কঃ কেতিয়াও অকলশৰীয়াকৈ লগ হোৱাৰ সুযোগ পোৱা নাছিল তেওঁলোকে। সেয়ে শাৰীৰিক সম্পৰ্ক গঢ়ি নুঠিল। হ’লেও এজনে আনজনক অতিশয় ভাল পাইছিল।
ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ স্ত্ৰী এডউইনা মাউণ্টবেটেনৰ সৈতে জৱহাৰলাল নেহৰুৰ সম্পৰ্কক লৈ এই দাবী কৰিছে তেওঁলোকৰ কন্যা পামেলা হিকছ নি মাউণ্টবেটেনে।