Home অন্যান্য খবৰ“অসমীয়া ভাষালৈ বিপদ আহি আছে”

“অসমীয়া ভাষালৈ বিপদ আহি আছে”

by News Desk
61 views
A+A-
Reset

ডিব্ৰুগড়ঃ “অসমীয়া সাহিত্যৰ আটাইতকৈ শক্তিশালী ধাৰাটোৱে হৈছে চুটি গল্পৰ ধাৰা। গল্পই  অসমীয়া সাহিত্যৰ ভঁৰালটো বহু চহকী কৰিছে। অসমীয়া গল্প ভাৰতৰ  অন্যান্য ভাষাৰ গল্পৰ তুলনাত কোনো গুণে কম নহয়। নিম্ন মানৰ নহয়।” বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ দিলীপ বৰাৰ “শ্বিলঙৰে মনালিচা” গল্প সংকলনখন আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত উন্মোচন কৰি  এই মন্তব্য কৰে বিশিষ্ট সাহিত্য সমালোচক ড° আনন্দ বৰমুদৈয়ে।

বৰ্তমান তৰুণ গল্পকাৰসকলে কথনৰীতিৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি দিলীপ বৰাৰ গল্প সন্দৰ্ভত কয় যে “বৰাৰ গল্পত স্বকীয়তা আছে। তেওঁ প্ৰচুৰ তথ্য আহৰণ কৰা পৰিলক্ষিত হয়। বহু গল্পত তেওঁ অতি নিখুঁতভাবে  এটা ভাৱৰ পৰিমণ্ডল সৃষ্টি কৰি লয়। নাটকীয় পৰিৱেশ সৃষ্টি, ভাষাৰ ওপৰত সাংঘাটিক দখল থকা কথাটো তেওঁৰ গল্পত ধৰা পৰে। কিছুমান গল্পত একক আৰু অদিতীয় চাপ বহুৱাবলৈ তেওঁ সক্ষম হৈছে।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0