152
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ বিশ বছৰৰ পাছত পুনৰ অসমীয়া চলচিত্ৰ জগতলৈ উভতি আহিছে সান্ত্বনা বৰদলৈ৷ ‘অদাহ্য’ নামৰ বোলছবিখনেৰে অসমীয়া চলচিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা সান্তনাই এইবাৰ নিৰ্মাণ কৰিছে ‘মাজ ৰাতি কেতেকী’ নামৰ আন এখন বোলছবি৷
