NRC, গৰিয়া, মৰিয়া, দেশী, পাংগাল, জোলহা, মাইমেল, কাছাৰী জনগোষ্ঠী শংকামুক্ত

Home গুৱাহাটীNRC, গৰিয়া, মৰিয়া, দেশী, পাংগাল, জোলহা, মাইমেল, কাছাৰী জনগোষ্ঠী শংকামুক্ত

NRC, গৰিয়া, মৰিয়া, দেশী, পাংগাল, জোলহা, মাইমেল, কাছাৰী জনগোষ্ঠী শংকামুক্ত

by News Desk
137 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যৰ উজনি-নামনিৰ প্ৰায় ৪২ লাখ খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ শংকিত হৈ পৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওলোকক প্ৰকৃত নাগৰিকৰ মৰ্যদা দিয়া হ’ব নে নাই তাক লৈ শংকিত ৪০ লাখ খিলঞ্জীয়া থলুৱা ইছলামধৰ্মী৷ ৰাজ্যৰ খিলঞ্জীয়া ইছলামধৰ্মী গাওঁ সমূহত ইাকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে যোৱা দেওবাৰে মহনগৰীত এখন নাগৰিক সভা অনুষ্ঠিত কৰি চৰকাৰক দাবী জনায় তেওলোকক প্ৰকৃত বাসিন্দা (Original Inhabitant) হিচাবে অন্তৰ্ভুক্ত কৰাৰ কেবাটাও ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনে৷

দেওবাৰৰ নাগৰিক সভাই ‘ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতি’ নামেৰে এটি সমিতিও গঠন কৰে৷ ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি সংগঠন সমূহে পুৰ্বৰ স্থিতি স্পষ্ট কৰি বিদেশী সমস্যাৰ স্থায়ী সমাধান অসম চুক্তি অনুসৰি হ’ব লাগিব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0