106
ডিজিটেল ডেস্কঃ হঠাৎ হাহাকাৰ লাগিল সমগ্ৰ বিশ্বৰ ফেচবুকিয়ানসকলৰ মাজত। ভাৰতীয় সময় অনুযায়ী মঙলবাৰে বিয়লিৰ ভাগত বহু সময় ধৰি বন্ধ হৈ পৰে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইটটোৰ মেছেজিং এপ। ডাউন ডিটেক্টৰৰ মতে ৱেবছাইটোত দেখা দিয়া অনলাইন ছাৰ্ভিচৰ বিজুতিৰ বাবেই এনে হ’বলৈ পাইছে।
এই একেটা সমস্যাই দেখা দিছিল যোৱা ৩০ নৱেম্বৰত। ইউজাৰসকলে এই সন্দৰ্ভত ৰিপ’ৰ্ট কৰাত ফেচবুকে তেনে সমস্যাৰ বাবে দুখ প্ৰকাশ কৰি সেয়া সমাধান কৰা হৈছে বুলি জনাইছিল।