74
লাকুৱা/নাজিৰাঃ শিৱসাগৰ জিলাৰ হাৰিপৰা আলিত কালিৰে পৰা আৰম্ভ হৈছে “মেছ কছাৰী জাতীয় পৰিষদ”ৰ একাদশ প্ৰতিষ্ঠা দিৱস।
বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু মহিলা পৰিষদৰ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়দিনা মেছ কছাৰী নৃত্য-গীতেৰে মুখৰিত হৈ পৰে অধিৱেশনস্থলী।