101
লছ এঞ্জেলছঃ অন্ত পৰিল উৎকণ্ঠাৰ। অৱশেষত ঘোষণা কৰা হ’ল চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰ। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৫.৩০ত অনুষ্ঠিত হোৱা ৮৯ সংখ্যক অস্কাৰ অনুষ্ঠানত বিজয়ীসকলৰ মুখত বিৰিঙিল হাঁহি।
থোৰতে অস্কাৰ বিজয়ীৰ তালিকাঃ
শ্ৰেষ্ঠ ছবিঃ
এৰাইভেল
ফেন্সেছ
হেকছ’ ৰিজ
হেল অৰ হাই ৱাটাৰ
হিডেন ফিগাৰ্ছ
লা লা লেণ্ড
লায়ন
মানচেষ্টাৰ বাই দা চী
মুনলাইট (পুৰস্কৃত)