Home দেশমণিপুৰৰ বিধানসভা নিৰ্বাচন, প্ৰাৰ্থীৰ ২৯ জনেই কোটিপতি

মণিপুৰৰ বিধানসভা নিৰ্বাচন, প্ৰাৰ্থীৰ ২৯ জনেই কোটিপতি

by News Desk
68 views
A+A-
Reset

ইম্ফলঃ আজি পুৱাৰ পৰা আৰম্ভ হৈছে মণিপুৰৰ বিধানসভা নিৰ্বাচৰ ভোটদান কাৰ্যসূচী৷ দিনৰ ১১  বজালৈ ৪৩% ভোট গ্ৰহণ সম্পন্ন হৈছে৷ ৬০ খন আসনৰ বাবে হ’বলগা এই নিৰ্বাচনত ৬ টা  দলে প্ৰতিদ্বন্দিতা কৰিছে আৰু প্ৰথমবাৰৰ “প্ৰজা” দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছে৷ সন্ত্ৰাসজৰ্জৰিত মণিপুৰত “প্ৰজা”ৰ হৈ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে লৌহ মানৱী ইৰম শৰ্মিলাই৷

যিসময়ত প্ৰজা দলৰ  সদস্যসকলে দান বৰঙনিৰে নিৰ্বাচন খেলিব লগীয়া হৈছে সেই সময়তে দ্বিতীয় পৰ্যায়ৰ মুঠ ৯৮ জন প্ৰতিদ্বন্দিৰ ২৯ জনেই কোটিপতি৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0