58
ডিজিটেল ডেস্কঃ দেশত নাৰী আজিওঁ সুৰক্ষিত নহয় নাৰী। এই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে দুটাকৈ বলাৎকাৰৰ ঘটনাই৷ যিসময়ত চৰকাৰে নাৰী সুৰক্ষা তথা নাৰী নিৰ্যাতনৰ দৰে ঘটনা বন্ধ কৰাৰ বাবে বিভিন্ন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে তেনে সময়ত নাৰী নিৰ্যাতনৰ লগতে বলাৎকাৰৰ দৰে ঘটনা সঘনাই বৃদ্ধি পোৱাত সকলোৱে চিন্তিত হৈ পৰিছে৷
তাৰে মাজতে শনিবাৰে হৰিয়ানাত সংঘটিত হোৱা দুটাকৈ গণ ধৰ্ষণৰ ঘটনাই সমগ্ৰ হৰিয়ানাবাসীক লজ্জানত কৰাৰ লগতে চিন্তিত কৰি তুলিছে ৷