134
বঢ়মপুৰঃ ৰূপহী নাৰী, সুঠাম দেহৰ পুৰুষৰ ৰূপ-গুণক লৈ অলেখ চৰ্চা৷ নিজকে ৰূপৱতী-ৰূপহী, ভাল লগা কৰি ৰাখিবলৈ কি পিন্ধিব তাক লৈ নাৰী-পুৰুষে সমানে চিন্তা কৰা দেখা যায়৷ গুণ আৰু ৰূপৰ অনেক চৰ্চাৰ মাজত মানুহে নিজৰ আকৰ্ষণ বঢ়াবৰ বাবে আকৰ্ষণীয় ডিজাইনৰ বেশ-ভূষা, বস্ত্ৰ পৰিধান কৰিব বিছাৰে৷ নানা জাতি, জনগোষ্ঠীৰ নানা ধৰণৰ ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি নিজকে শুৱনি কৰিব বিছাৰে৷
