61
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধী মোৰ BOSS হয় তাত কোনো সন্দেহ থাকিব নালাগে বুলি কয় বৃহস্পতিবাৰে৷
এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই চৰ্চা হব’লৈ আৰম্ভ হৈছে৷ পুত্ৰ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পিছতে বৃহস্পতিবাৰে প্ৰথম বাৰৰ বাবে ৰাহুল গান্ধী সন্দৰ্ভত এই মন্তব্য আগবঢ়াই মাতৃ ছোনিয়া গান্ধীয়ে৷