93
ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ বাবে কেৱল আলি জিন্নাই দায়ী নহয়৷ এই মন্তব্য কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেঞ্চৰ বিতৰ্কিত নেতা ফাৰুক আব্দুলাই৷
ভাৰত-পাকিস্তান দ্বিখণ্ডিত হোৱাৰ বিষয়টোত মহম্মদ আলি জিন্নাকে কেৱল দোষাৰোপ কৰিব নিবিচাৰে আব্দুলাই৷ জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল আৰু মৌলানা আবুল কালাম আজাদৰ বাবেহে ভাৰতৰ পৰা ফালৰি কাটি সুকীয়া ৰাষ্ট্ৰ হিচাপে পাকিস্তান গঠন হৈছিল বুলি ফাৰুক আব্দুলাই মন্তব্য কৰিছে৷